নিজৰ আপোনজনৰ মানসিক স্বাস্থ্যৰ সমস্যা বোৰৰ চিনাক্তকৰণ সমূহ

 মহামাৰীৰ সময়ত প্ৰতিজন ব্যক্তিৰে নিজৰ আপোনজনৰ প্ৰতি কিছু চিন্তা-ভাবনা থাকেই। সেইমৰ্মে তেওঁলোকে যদি এজনে আনজনৰ চিন্তাসমূহৰ উমান লব পাৰে বা কথাৰ ভাগ-বতৰা কৰিব পাৰে, তেন্তে দুয়োজনে এইক্ষেত্ৰত সকাহ লাভ কৰিব পাৰে। কিন্তু এইসমূহ কাম অলপ দূৰত্ব মানিও কৰিব পাৰি, যিটো সকলোৰে বাবে উপকাৰী। নিজৰ তথা আপোনজনৰ মানসিক সমস্যাৰ উমান কি দৰে ল’ব তাৰ পদ্ধতি তলত উল্লেখ কৰা হ’ল-

১) টোপনিৰ পদ্ধতি সাল-সলনি হোৱা।

২) টোপনি আৰু ধ্যানত অসুবিধা হোৱা।

৩) স্বাস্থ্যজনিত সমস্যা বাঢ়ি যোৱা।

৪) নিচাজাতীয় দ্ৰব্য, টবাকো আদিৰ সেৱনৰ সমস্যা বৃদ্ধি হোৱা।

তেওঁলোকক সহায় কৰিব লাগে। যদি সমস্যাৰ কোনো উন্নতি নহয় একেই হৈ থাকে তেতিয়া সহায়ক ফোন নম্বৰ (০৮০-৪৬১১০০০৭) ত যোগাযোগ কৰিব পাৰি।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক